এছিয়া কাপ ২০২৩ঃ ৩০ আগষ্ট – ১৭ ছেপ্টেম্বৰত আৰম্ভ হ’ব পাকিস্তান আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব এছিয়া কাপ প্ৰতিযোগিতা।  এছিয়া কাপ ২০২৩,  ২০২১ চনত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে প্ৰতিযোগিতাখন পিছুৱাই দিয়া হয়।

এছিয়া কাপ ২০২৩ চাৰিখন খেলৰ পাকিস্তানত আৰু বাকী ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব।
প্ৰথমখন খেল ৩০ আগষ্টত মুলতানৰ, মুলতান ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব ।
২ ছেপ্টেম্বৰত কেণ্ডীত অনুষ্ঠিত হ’ব দুয়োখন প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজত মাৰ্কিন মেচ। 

এছিয়া কাপ 2023ৰ সময়সূচী

৩০ আগষ্ট : পাকিস্তান বনাম নেপাল, মুলতান, বিয়লি ৩:৩০ বজাত IST

৩১ আগষ্ট : বাংলাদেশ বনাম শ্ৰীলংকা, পালেকেলে, ১:০০ বজাত IST

২ ছেপ্টেম্বৰ : পাকিস্তান বনাম ভাৰত, পল্লেকেলে, ১:০০ বজাত IST

৩ ছেপ্টেম্বৰ : বাংলাদেশ বনাম আফগানিস্তান, লাহোৰ, ১:৩০ বজাত IST

৪ ছেপ্টেম্বৰ : ভাৰত বনাম নেপাল, পল্লেকেলে, ১:০০ বজাত IST

৫ ছেপ্টেম্বৰ : আফগানিস্তান বনাম শ্ৰীলংকা, লাহোৰ, ৩:৩০ বজাত IST

৬ ছেপ্টেম্বৰ : এ ১ বনাম বি ২, লাহোৰ, ৩:৩০ বজাত আই এছ টি

৯ ছেপ্টেম্বৰ: বি ১ বনাম বি ২, কলম্বো, ২:০০ বজাত আই এছ টি

১০ ছেপ্টেম্বৰ: এ১ বনাম এ২, কলম্বো, ২:০০ বজাত IST

১২ ছেপ্টেম্বৰ: এ২ বনাম বি১, কলম্বো, ২:০০ বজাত আই এছ টি

১৪ ছেপ্টেম্বৰ: এ১ বনাম বি১, কলম্বো, ২:০০ বজাত আই এছ টি

১৫ ছেপ্টেম্বৰ: এ২ বনাম বি২, কলম্বো, ২:০০ বজাত IST

১৭ ছেপ্টেম্বৰ: টিবিচি বনাম টিবিচি, কলম্বো, ২:০০ বজাত IST

ভাৰতত লাইভ ষ্ট্ৰীমিংৰ সবিশেষ
Location Broadcaster
India Star Sports, Disney+Hotstar



 

Leave a Reply

Your email address will not be published. Required fields are marked *