Kushi(কুশী)
শিৱ নিৰ্বাণৰ দ্বাৰা লিখা আৰু পৰিচালিত এখন আগন্তুক ভাৰতীয় তেলেগু ভাষাৰ ৰোমান্টিক কমেডী ছবি কুশী। মিথ্ৰি মুভি মেকাৰছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভুৱে। এই ছবিখন ২০২৩ চনৰ ১ ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা
Cast
আৰাধ্যাৰ স্বামী বিপ্লৱৰ চৰিত্ৰত - বিজয় দেৱেৰাকোণ্ডা
বিপ্লৱৰ পত্নী আৰাধ্যাৰ চৰিত্ৰত সামান্থা -ৰুথ প্ৰভু
বিপ্লৱৰ পিতৃ লেনিন সত্যৰ চৰিত্ৰত -শচীন খেদেকাৰ
বিপ্লৱৰ মাতৃ হিচাপে -সাৰন্যা পনভান্নান
আৰাধ্যাৰ পিতৃ চদৰংগম শ্ৰীনিবাস ৰাওৰ চৰিত্ৰত - মুৰালী শৰ্মা
আৰাধ্যাৰ আইতাক হিচাপে - লক্ষ্মী
ৰোহিনী
ভেনেলা কিশোৰ
জয়ৰাম
ৰাহুল ৰামকৃষ্ণ
আলী
শ্ৰীকান্ত আয়েংগাৰ
ভাৰত ৰেড্ডী
শৰণ্য প্ৰদীপ


সংগীত
১/ "না ৰজা নুভৱে" শিৱ নিৰ্বাণ হেছাম আব্দুল ৱাহাব                            ৪:০২
২/ "আৰাধ্যা" শিৱ নিৰ্বাণ, ছিয়াছ আব্দুল ৱাহাব (ইংৰাজী) সিদ শ্ৰীৰাম, চিন্ময়ী শ্ৰীপাদা ৪:৪৩
৩/ "কুছি টাইটেল ছং" শিৱ নিৰ্বাণ হেছাম আব্দুল ৱাহাব                          ৩:৩০
৪/ "য়েধাকি ওকা গায়ম" শিৱ নিৰ্বাণ হেছাম আব্দুল ৱাহাব, দিব্য এছ মেনন          ৩:৫
Kushi(কুশী)

Poster More