Tag: Chandrayaan 3 landing attempt on Aug 23

চন্দ্ৰযান-৩ LIVE: ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩, ইছৰোৰ গুৰুত্বপূৰ্ণ তথ্য

আজিৰ চন্দ্ৰযান ৩ লাইভ আপডেট: চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বত চন্দ্ৰযান ৩ মিছনৰ লেণ্ডাৰ মডিউলে চন্দ্ৰত ঘূৰি আছে। ইছৰ’ই টুইট কৰি কয় যে চন্দ্ৰযান-৩ৰ দ্বিতীয় আৰু অন্তিম ডিবুষ্টিং মেনুৱেৰ…